Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

ছয়গাঁও: ছয়গাঁও থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ গাঁৱৰ ছয়গাঁৱৰ মাজপাৰাৰ একাংশ লোকৰ,দুৰ্বৃত্তৰ আক্ৰমণত আহত মহিলাসহ দুই পুৰুষ

Chhaygaon, Kamrup | Sep 16, 2025
মঙলবাৰে ছয়গাঁও থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ গাঁৱৰ ছয়গাঁৱৰ মাজপাৰাৰ একাংশ লোকৰ। সোমবাৰে ছয়গাঁৱৰ মাজপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত হৈছিল এগৰাকী মহিলাসহ দুই পুৰুষ। ঘটনাৰ সৈতে জড়িত তপন দাস, তপন কলিতা ,এফ কে আলী, ৰাজু আলী, চেম্পিয়ন আলী, দিলু আলী আৰু শংকৰ দাস। ছয়গাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণৰ নকৰাৰ অভিযোগ ৰাইজৰ। দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

MORE NEWS