সোণাৰি: শিঙৰিতলী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা আগন্তুক কৰম পৰবৰ লাইখোটা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
Sonari, Charaideo | Sep 12, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ কাষৰীয়া নৱ গঠিত মাহমৰা সমষ্টিৰ কৰম পৰবৰ লাইখোটা স্থাপন অনুষ্ঠান অনুষ্ঠিত।আগন্তুক ২১ চেপ্টেম্বৰত...