বৰপেটা: ২০২৬ৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব, বৰপেটা চহৰত সাংসদ ফণীভূষণ চৌধুৰীৰ মন্তব্য
Barpeta, Barpeta | Jul 27, 2025
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলেও তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচপে দলৰ সংগঠন শক্তিশালী কৰণৰ দিশটোত...