চিচিবৰগাঁও: মুৰকংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি সদ্য প্ৰয়াত বিজয় পেগুক জোনাইত শেষ শ্ৰদ্ধাঞ্জলি জিলা কংগ্ৰেছ কমিটীৰ
মুৰকংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি সদ্য প্ৰয়াত বিজয় পেগু শেষ শ্ৰদ্ধাঞ্জালী ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ।শুকুৰবাৰে দিনৰ প্ৰায় ১০ মান বজাত মুৰকংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি সদ্য প্ৰয়াত বিজয় পেগু জোনাইত শেষ শ্ৰদ্ধাঞ্জালী জনাই ধেমাজি জিলা কংগ্ৰেছৰ কমিটীয়ে ।জিলা কংগ্ৰেছ কমিটিৰ এটি সজাতি দল পেগু বাসগৃহত উপস্থিত হৈ চাকি জনাই আত্মৰ চিৰ ।