Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

উত্তৰ গুৱাহাটী ভাগ: চাংসাৰিস্থিত এইমছত ভাৰত চৰকাৰৰ অধীনত স্বাস্থ্য সজগতা শিবিৰ, আনুষ্ঠানিকভাৱে মুকলি কৰে সাংসদ দিলীপ শইকীয়াই

বুধবাৰে চাংসাৰিস্থিত এইমছ গুৱাহাটীত ‘সুস্থ নাৰী, সবল পৰিবাৰ অভিযান’ৰ অধীনত এক স্বাস্থ্য সজগতা শিবিৰৰ আয়োজন কৰে । অনুষ্ঠানটো আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই।

MORE NEWS