ডিমৌ: ৰজাবাৰীস্থিত স্বৰ্গদেউ চ্যুকাফা মাল্টি স্পিচিয়েলিটি চিকিৎসালয়ৰ বিৰুদ্ধে চিকিৎসালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
ডিমৌৰ দিচাং ৰজাবাৰীস্থিত স্বৰ্গদেউ চ্যুকাফা মাল্টি স্পিচিয়েলিটি চিকিৎসালয়ৰ বিৰুদ্ধে স্বৰ্গদেউ চ্যুকাফা চিকিৎসালয়ৰ সন্মুখত শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ শাখাৰ উদ্যোগত আটছাৰ মহিলা সমিতি,কোৱেচ এজেঞ্চিৰ কৰ্মচাৰী,বাগিছাৰ চাহ শ্ৰমিক কৰ্মচাৰী,বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত বিভিণ্ণ সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ।প্ৰতিবাদস্থলীত ডিমৌ সমজিলাৰ আয়ুক্ত উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলে সম জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।