পলাশবাৰী: বিজয়নগৰত ভয়ংকৰ ঘটনা,পত্নীক হাত ভৰি বান্ধি ডিঙিত গামোচা বান্ধি ওলমাই ৰাখিলে ফেনত,বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল
Palasbari, Kamrup | Jul 31, 2025
দক্ষিণ কামৰূপৰ বিজয়নগৰত ভয়ংকৰ ঘটনা। নিজ পত্নীক হাত ভৰি বান্ধি ডিঙিত গামোচা বান্ধি তালিবানীৰ দৰে ওলমাই ৰাখিলে ফেনত।...