গুৱাহাটী: গুৱাহাটীৰ ফাঁচী বজাৰ সাৰ্বজনীন দুৰ্গাপূজা আৰু লতাশিল সাৰ্বজনীন দুৰ্গাপূজাত উপস্থিত মেয়ৰ মৃগেন শৰণীয়া
আজি পৱিত্ৰ মহানৱমী উপলক্ষে সন্ধিয়াৰ ভাগত গুৱাহাটীৰ ফাঁচী বজাৰ সাৰ্বজনীন দুৰ্গাপূজা আৰু লতাশিল সাৰ্বজনীন দুৰ্গাপূজাত উপস্থিত হৈ মা দুৰ্গাৰ শ্ৰী চৰনত প্ৰণাম জনাই ৰাইজৰ মংগল কামনাৰে মেয়ৰ মৃগেন শৰণীয়াই। লগতে পূজা কমিটিৰ সমূহ বিষয়-ববীয়া তথা ভক্তপ্ৰাণ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।