ধেমাজি: জোনাইত এগৰাকী বোৱাৰী মহিলা নিৰুদ্দেশ, আৰক্ষীক এজাহাৰ পৰিয়ালৰ
জোনাইত এগৰাকী বোৱাৰী মহিলা নিৰুদ্দেশ, আৰক্ষীক এজাহাৰ পৰিয়ালৰ মঙ্গল বাৰে আবেলি চাৰি বজাত সংবাদ মাধ্যমক পৰিয়ালৰ লোকে অৱগত কৰোৱাৰ অনুসৰি সোমবাৰে ৮ ছেপ্টেম্বৰ তাৰিখে পটী কামত যোৱা সুযোগ লৈ মহিলা ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়। মহিলা গৰাকীৰ স্বামী সন্দেহ অনুসৰি কোনো লোকে তেওঁ পত্নীক টকা পইচা লোভ দেখুৱাই চেন্নাই, দিল্লীৰ ফালে ফুচুলাই লৈ যোৱা বুলি অভিযোগ