কোকৰাঝাৰ ভাগ: হেলিকপ্টাৰ লৈ জিলাৰ চৰাইবিল গুমা চালাকাতিৰ ধলমাৰাত মাৰথন নিৰ্বাচন প্ৰচাৰ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ
কোকৰাঝাৰ জিলাত দেওবাৰে মাৰথন নিৰ্বাচন প্ৰচাৰ চলাই ইউ পি পি এল ৰ সভাপতি তথা বিটিচি ৰ প্ৰধান প্ৰমোদ বড়োই। জিলাৰ সৰাইবিল, শুমা লগতে চালাকাতি সমষ্টিত পৃথকে পৃথকে প্ৰচাৰ চলাই। আবেলি ৪ বজাত চালাকাতি সমষ্টিৰ প্ৰাৰ্থী বিধায়ক লৰেঞ্চ ইছলাৰীৰ হৈ ধলমাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই। হাজাৰ হাজাৰ ৰাইজে ৰ মাজত প্ৰচাৰ চলাই অহা ২২ ছেপ্টেম্বৰ ত হবলগীয়া নিৰ্বাচন ত ইউ পি পি এল দলক ভোট দিবলৈ আহবান জনাই।