মঙলদৈ ভাগ: কুৰুৱা গাঁও পঞ্চায়তৰ নতুন ভৱনৰ আধাৰশিলা স্থাপনৰ লগতে ভূমিপূজন কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে
Mangaldoi Part, Darrang | Aug 4, 2025
কুৰুৱা গাঁও পঞ্চায়তৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপনৰ লগতে ভূমিপূজন কৰা হয়।পঞ্চায়তীৰাজ ব্যৱস্থাৰে উন্নয়নৰ ধাৰা সৃষ্টি...