ডিফু: মাঞ্জাৰ মহংদিজুৱাত সুস্থ নাৰী স্বশক্তিকৰণ পৰিবাৰ অভিযানৰ অন্তৰ্গত স্বাস্থ্য শিৱিৰৰ প্ৰথম দিনা কাৰ্যসূচীৰ সফল সামৰণি
বুধবাৰে ১১ বজাত মাঞ্জাৰ সমীপৰ মহংদিজুৱা উপস্বস্থ্য কেন্দ্ৰত মহংদিজুৱা উপস্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে চলিব লগীয়া সুস্থ নাৰী স্বশক্তিকৰণ পৰিবাৰ অভিযানৰ অন্তৰ্গত স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰা হয় ৷ উক্ত শিৱিৰত বহু সংখক্য মহিলা আৰু শিশুৱে অংশ গ্ৰহণ কৰে ৷ উক্ত অভিযানৰ অংশ স্বৰুপে অভিজ্ঞ চিকিৎসকলৰ দ্বাৰা অসংক্ৰমিত ৰোগ,যক্ষ্মা,চকুৰোগ, গৰ্ভৱতী মহিলা পৰীক্ষা কৰাৰ লগতে ডিজিটেল হেলথ কাৰ্ডৰ পঞ্জীয়ন, এমচিপি কাৰ্ড ছিকল চেল কাৰ্ডআয়ুষ্মান ভাইয়া বন্ধন