ছয়গাঁও: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBI-ৰ জৰিয়তে হোৱাটো বিচাৰিছে অগপ নেতা কমলাকান্ত কলিতাই
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBI-ৰ জৰিয়তে হোৱাটো বিচাৰিছে অগপ নেতা কমলাকান্ত কলিতাই অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩০ দিন হোৱাৰ পিছতো প্ৰকৃত ৰহস্য উদঘাটন নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা ডাঃ কমলা কলিতাই ।