ছয়গাঁও: লংজাম্পত তৃতীয় স্থান লাভ কৰা মৃদুল হুছেইনক সম্বৰ্ধনা অসম ফুটবল সন্থাৰ জুতিয়া সম্পাদক হিমাংশু শেষৰ বৈশ্যৰ।
ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা লংজাম্প খেলত ছয়গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে মৃদুল হুচেইনে। সেই বাবেই শনিবাৰে তেওঁক ছয়গাঁৱত বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। অসম ফুটবল সন্থাৰ জুতিয়া সম্পাদক হিমাংশু শেষৰ বৈশ্যই।