ৰঙিয়া ভাগ: ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত নলবাৰীৰ এটি কিশোৰ,গুৰুতৰভাৱে আহত মাতৃ আৰু বাইক আৰোহী এজন
Rangia Part, Kamrup | Sep 8, 2025
সোমবাৰে ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত নলবাৰীৰ এটি কিশোৰ। মৃত কিশোৰটিৰ নাম আশ্ৰাফুল আলী। দুৰ্ঘটনাত গুৰুতৰভাৱে...