বকো: বকোত BJPৰ সাংগঠনিক সভাত উপস্থিত থাকে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া
Boko, Kamrup | Nov 28, 2025 দক্ষিণ কামৰূপৰ বকোত BJPৰ সাংগঠনিক সভাত উপস্থিত থাকে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লেখযোগ্য যে বিভিন্ন দিশ সামৰি অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভা খন।