মৰঙী: মৰঙিৰ ঢলাকছাৰী গাঁৱত বন্যহস্তীৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কৰে ৪টাকৈ বাসগৃহ, কথমপি প্ৰাণৰক্ষা পৰিয়ালকেইটাৰ লোকসকলৰ
Morangi, Golaghat | Sep 5, 2025
মৰঙিৰ ঢলাকছাৰী গাঁৱত বন্যহস্তীৰ তাণ্ডৱ। ভাঙি লণ্ডভণ্ড কৰে ৪টাকৈ বাসগৃহ। শুক্ৰবাৰে দিনৰ প্ৰায় ১০ বজাত ভুক্তভোগীয়ে জানিবলৈ...