ঢেকিয়াজুলি ভাগ: শিঙৰী চাহ বাগিছাৰ লক্ষী খেলপথাৰত মংগলবাৰে সন্ধিয়া ৭ বাজি ১৫ মিনিটত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী লক্ষ্মী পূজা
শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী চাহ বাগিছাৰ লক্ষী খেলপথাৰত মংগলবাৰে সন্ধিয়া ৭ বাজি ১৫ মিনিটত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজা ৷ উল্লেখ্য যে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো শিঙৰী চাহ বাগিছাৰ লক্ষী খেলপথাৰত অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজা ৷ উক্ত লক্ষ্মী দেৱীৰ পূজাত আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পুৱা গল ৷ আজি ভক্ত সকলে শ্ৰীশ্ৰী লক্ষ্মী দেৱীক সেৱা কৰি সকলোৰে মংগল কামনা কৰে ৷