Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi
No video available

গুৱাহাটী: মালিগাঁও কামাখ্যা ৰে'ল জংচনত নকল সোণসহ বিহাৰৰ এটা প্ৰৱঞ্চক গ্ৰেপ্তাৰ

বুধবাৰে গুৱাহাটীৰ মালিগাঁও কামাখ্যা ৰে'ল জংচনত নকল সোণসহ এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হয়। ২নং প্লেটফৰ্মত GRPএ অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক। ধৃত প্ৰৱঞ্চকটো বিহাৰৰ অমিত কুমাৰ পাটেল। প্ৰৱঞ্চকটোৰ পৰা জব্দ ৭৯২ গ্ৰাম নকল সোণ জব্দ কৰা হয়। গুৱাহাটীৰ পৰা বিহাৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল প্ৰৱঞ্চকটো। নকল সোণ সদৃশ সামগ্ৰীখিনি আচল সোণ হিচাপে বিক্ৰী কৰাৰ পৰিকল্পনা ৰচিছিল প্ৰৱঞ্চকটোৱে। সম্প্ৰতি ঘটনা সন্দৰ্ভত কামাখ্যা ৰে'লৱে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।