পলাশবাৰী: সৎপুৰ পঞ্চায়তৰ সদস্যক সম্বৰ্ধনা ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যৰ
পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সৎপুৰ পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰি বিজয়ী হোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য শ্ৰী সঞ্জীমা ৰাভা ডাঙৰীয়ানী আৰু ৱাৰ্ড সদস্যসকলক ব্যক্তিগত ভাৱে শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই।