তেজপুৰ: বানপানীৰ কবলত পৰিছে ৰোহিনীবিল গাঁও, আজি ৰোহিনীবিল গাঁৱৰ বানপীড়িতৰ কাষত উপস্থিত বিধায়ক গণেশ কুমাৰ লিম্বু
Tezpur, Sonitpur | Aug 13, 2025
বানপানীৰ কবলত পৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰোহিনীবিল গাওঁ ৷ বুধবাৰে বিয়লি অনুমানিক ৪ বজাত ৰোহিনীবিল গাঁৱৰ বানপীড়িতৰ...