লংকা: জনপ্রিয় কন্ঠশিল্পী জুৱিন গাৰ্গৰ আকস্মিক মৃত্যুত লংকাত শোকপ্ৰকাশ হোজাই জিলা ছাত্ৰ সন্হাৰ সভাপতিৰ
Lanka, Hojai | Sep 19, 2025 জনপ্রিয় কন্ঠশিল্পী জুৱিন গাৰ্গৰ আকস্মিক মৃত্যুত লংকা প্ৰতিক্ৰিয়া ব্যক্তি হোজাই জিলা ছাত্ৰ সন্হাৰ সভাপতি কুঞ্জ বনীয়াৰ। কন্ঠশিল্পী জুৱিন গাৰ্গৰ মৃত্যুত শোকপ্ৰকাশ কৰা লগতে জুৱিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতি কামনা ও শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন হোজাই জিলা ছাত্ৰ সন্হাৰ সভাপতি গৰাকীৰ। হোজাই জিলাৰ অন্তৰ্গত ছাত্ৰ সন্হাৰ আঞ্চলিক সমূহত সন্ধীয়া জুৱিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হৱ বুলি জানিব দিয়ে জিলা আছুৰ সভাপতিয়ে।