বকো: বকোৰ লুকিত BJPৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত।
Boko, Kamrup | Oct 22, 2025 আজি প্ৰথমখন ৪১ নং দক্ষিণ পশ্চিম লুকি গাওঁ পঞ্চায়তত এখনি বিজেপিৰ সাংগঠানিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে দক্ষিণ কামৰূপ জিলাৰ সন্মানীয় সভাপতি অঞ্জন গোস্বামী ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ উপ-সভাপতি ৰাজু মেছ ডাঙৰীয়া লগতে মণ্ডলৰ বিষয়ববীয়া, বুথ সভাপতিৰ লগতে কাৰ্যকৰ্তাৰ সকল উপস্থিত থাকে।