টেঙাখাত: জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল'বলৈ যোৱা কিশোৰীৰ মৃতদেহ উদ্ধাৰ, এই ঘটনা সংঘটিত হ'ল নতুন দিৰিয়েল চাহ বাগিচাত
দুলীয়াজানৰ নতুন দিৰিয়েল চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা।সন্ধিয়া চাহ বাগিচাখনত অনুষ্ঠিত কৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।