ছয়গাঁও: ছয়গাঁৱত কলহী নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ, কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ দিয়ে আশ্বাস
Chhaygaon, Kamrup | Aug 5, 2025
মঙলবাৰে ছয়গাঁৱত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা। ছয়গাঁৱৰ কলহী নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ। সম্প্ৰতি কলহী নদীৰ...