ধেমাজি: হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ বিয়োগক শ্ৰদ্ধা ও সম্মান জনায় সমগ্ৰ ধেমাজি নগৰত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ
হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ বিয়োগক শ্ৰদ্ধা ও সম্মান জনায় সমগ্ৰ ধেমাজি নগৰত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ অসমৰ অসমীয়া হিয়া আঁমঠু জুবিন গাৰ্গ ৰ অকাল মৃত্যু ত শোকস্তব্ধ ধেমাজিটো #হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনাৰ্থে ধেমাজি নগৰত স্বতঃস্ফুৰ্তভাৱে দোকান পোহাৰ বন্ধ দিয়াৰ সমান্তৰালভাৱে বন্ধ দিছে বিদ্যালয় মহাবিদ্যালয় ইত্যাদি বিভিন্ন অনুষ্ঠান