লংকা: লামডিং ৰিলিফ য়ার্ডত আৰক্ষীয়ে অভিযান চলাই ৩৩.৪০গ্ৰাম ড্ৰাগছ সহ আটক কৰে অজয় নাথ নামৰ এজন সৰবৰাহকাৰীক
Lanka, Hojai | Jul 18, 2025
লামডিং আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৫বজাত ৰিলিফ য়াৰ্ড এৰিয়াত অভিযান চলাই ড্ৰাগছ...