মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা, মাণিকপুৰ থানাত এজাহাৰ দাখিল
Manikpur, Bongaigaon | Jul 4, 2025
এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিল চিকিৎসালয়। বঙাইগাঁও জিলাৰ মাণিকপুৰস্থিত মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত নিশা চোৰে চলালে...