বোকাখাত: কাজিৰঙাত জীপ চাফাৰী সন্থা,হোটেল এণ্ড ৰিজৰ্ট এছ'চিয়েচন, টুৰিষ্ট গাইড সন্থাৰে মত বিনিময় জিলা আয়ুক্তৰ
বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত কাজিৰঙাৰ জীপ চাফাৰী সন্থা, হোটেল এণ্ড ৰিজৰ্ট এছ'চিয়েচন,টুৰিষ্ট গাইড সন্থাৰ লগতে কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ সৈতে জিলা আয়ুক্ত পুলক মহন্তৰ মত বিনিময়। উল্লেখ্যযোগ্য যে,কাইলৈ উদ্যান মুকলিৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে। উক্ত কাৰ্যসূচীৰ বুজ লয় আয়ুক্ত গৰাকীয়ে। উক্ত কাৰ্যসূচীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষ উপস্থিত থাকে।