তেজপুৰ: এৰাসুঁতি জংগল বস্তিত সদৌ অসম গণ্ডয়ানা যুৱ পৰিষদৰ উদ্যোগত ৰাষ্টীয় বীৰাঙ্গনা মহাৰাণী দূৰ্গাৱতীৰ৫০২তম্ জন্মজয়ন্তী উদ্যাপন
শোণিতপুৰ জিলাৰ অন্তৰ্গত এৰাসুঁতি জংগল বস্তিত দেওবাৰে বিয়লি অনুমানিক ৩ বজাাৰ পৰা সদৌ অসম গণ্ডয়ানা যুৱ পৰিষদৰ উদ্যোগত ৰাষ্ট্ৰীয় বীৰাঙ্গনা মহাৰাণী দূৰ্গাৱতী মাৰাৱী ৫০২ তম্ জন্ম জয়ন্তী উদ্যাপন কৰে ৷ উল্লেখ্য যে সদৌ অসম গণ্ডয়ানা যুৱ পৰিষদৰ উদ্যোগত ৰাষ্ট্ৰীয় বীৰাঙ্গনা মহাৰাণী দূৰ্গাৱতী মাৰাবীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি দি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ৷ আজিৰ উক্ত অনুষ্ঠানত সংগঠনটোৰ বহুতো নেতাকৰ্মী উপস্থিত থাকে ৷