বকো: বকোত BJPৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধী।
Boko, Kamrup | Oct 16, 2025 আজি বকোৰ বোন্দাপাৰাত ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ কামৰূপ জিলাৰ এখন বিশেষ সাংগঠনিক বৈঠকত মাননীয় ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰিশ দ্বিবেদী ডাঙৰীয়াৰ উপস্থিতিত অংশগ্ৰহণ কৰে সাংসদ বিজুলী কলিতা মেধীয়ে। সংগঠনৰ দিশসমূহক অধিক দৃঢ় কৰি আগবঢ়াই নিয়া, দলীয় কৰ্মীসকলৰ মাজত সমন্বয় আৰু জনসেৱাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজিত এই বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয়। Himanta Biswa Sarma