বাক্সা: বাক্সা জিলাৰ ২০ নং মথনগুৰী সমষ্টিৰ পাৰিষদ বেগম আখতাৰা আহমেদ আজি পোন প্ৰথমবাৰৰ বাবে নিজ কাৰ্য্যালয়ত ইএমৰ আসন গ্ৰহণ
Baska, Baksa | Oct 22, 2025 বাক্সা জিলাৰ ২০ নং মথনগুৰী সমষ্টিৰ পাৰিষদ বেগম আখতাৰা আহমেদ আজি পোন প্ৰথমবাৰৰ বাবে নিজ কাৰ্য্যালয়ত ইএমৰ আসন গ্ৰহণ কৰে। সমষ্টিৰ ৰাইজে ইএম বেগম আখতাৰা আহমেদে নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে কৰি যাব বুলি আশাবাদী।