ধেমাজি: অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আৰ্থিক সহায়তাৰে নিৰ্মিত ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ উদ্বোধন
সোমবাৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আৰ্থিক সহায়তাৰে নিৰ্মিত ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ আৰু NIELIT অধ্যয়ন কেন্দ্ৰৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।আজি উক্ত ৰসায়ন বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ NIELIT অধ্যয়ন কেন্দ্র শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু য়ে উদ্বোধন কৰা কেন্দ্র টোত