মৰিগাঁও: হিন্দুৰ গোচৰ বিদেশী ন্যায়াধিকৰণ পৰা প্ৰত্যাহাৰ কৰিব বুলি কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে মৰিগাঁৱত সৰব গৰিয়া মৰিয়া
Marigaon, Morigaon | Aug 7, 2025
বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰৰ পৰা হিন্দু বাংলাদেশীৰ অৰ্থাৎ অমুছলমান যি সকল ২০১৪ ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহাছিল...