পূব ডিব্ৰুগড়: বকপৰা মাজগাঁৱত শোকাৱহ ঘটনা, পুখুৰীত পিছলি পৰি সলিল সমাধি এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ
Dibrugarh East, Dibrugarh | Jul 13, 2025
ডিব্ৰুগড়ৰ বকপৰা মাজগাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। আজি ৰবিবাৰে বিয়লি ৫ বজাত এটা গভীৰ পুখুৰীত পিছলি পৰি সলিলসমাধি হয়...