ডিফু: ডিফুত বিভিন্ন দল সংগঠনৰ কাৰ্বি আংলঙত পিজিআৰ,ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবী অৱস্থান ধৰ্ণা ৰূপায়ন
Diphu, East Karbi Anglong | Sep 6, 2025
শণিবাৰে দিনৰ ১ বজাত ডিফুৰ ৰংখেলানত প্ৰতিবাদ কাৰী সকলে কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীত সাব্যস্ত কৰে উত্তাল...