ওদালগুৰি: ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ধোপগুৰিত আশা কৰ্মী ছাহেৰা খাতুনক আনোৱাৰা বেগমে অশ্লীল গালি গালাজ,প্ৰহাৰ
Udalguri, Udalguri | Jun 17, 2025
ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ধুপগুৰি গাওঁত এগৰাকী আশা কৰ্মীক এগৰাকী মহিলাই অশ্লীল গালি...