ধেমাজি: জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ধেমাজি নগৰত মমশিখা সমদল আছুৰ
জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ধেমাজি নগৰত মমশিখা সমদল শুকুৰবাৰে সন্ধিয়া ৬,৩০ মিনিট ধেমাজি সদৰত সদৌ অসম ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ বাবে ন্যায় মমশিখা সমদল বাহিৰ কৰে নগৰ খনত। অসমৰ হিয়া আমঠো জুবিন গাৰ্গ ৰ মৃত্যু আজি ৮ দিনত ভৰি দিয়া পিছত চৰকাৰে মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ । সেয়েহে অতি সোনকালে চৰকাৰক জুবিন গ