গোঁসাইগাঁও ভাগ: বিজেপি দল কোনোপধ্যে বিটিচি চৰকাৰ গঠন কৰিব নোৱাৰে শৰাইবিলত ট্ৰেক্তৰ ৰেলিত অংশগ্ৰহন কৰি মন্ত্ৰী ইউ জি ব্ৰহ্মৰ মন্তব্য
বিটিচিৰ পৰবৰ্তী চৰকাৰৰ ইউ পি পি এল দলে অকলে গঠন কৰিব, বিজেপি দলে কোনোপধ্যে চৰকাৰ গঠন কৰিব নোৱাৰে। বৃহস্পতিবাৰে দিনৰ ২ বজাত কোকৰাঝাৰ জিলাৰ শৰাইবিল সমষ্টিত পোন প্ৰথমবাৰৰ বাবে ট্ৰেক্টৰ ৰেলিৰ জৰিয়তে ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান ক শুভাৰম্ভ কৰি এনে মন্তব্য কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।