চিচিবৰগাঁও: ধেমাজি ট্ৰাক আস্থানৰ গৃহ ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া অনুমতি শীঘ্ৰেই বাতিল কৰাৰ দাবীত সদৰত দুই সংগঠনৰ উত্তাল প্ৰতিবাদ
ধেমাজি ট্ৰাক আস্থানৰ গৃহ ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া অনুমতি শীঘ্ৰেই বাতিল কৰাৰ দাবীত জিলা সদৰত দুই সংগঠনৰ উত্তাল প্ৰতিবাদ।জিলা সদৰত দুই সংগঠনৰ উত্তাল প্ৰতিবাদ।বুধ বাৰে ধেমাজি উন্নয়ন প্ৰাধিকৰনৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজি উন্নয়ন প্ৰাধিকৰনৰ প্ৰতীকৃতি দাহ কৰে সংগঠন ।