ধেমাজি: মহমৰা গাৱত ফুটবল প্ৰতিযোগিতা, উপস্থিত MAC EM
মহমৰা গাৱত ফুটবল প্ৰতিযোগিতা, উপস্থিত MAC EM সোমবাৰে আবেলি চাৰি বজাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত গিনে মহমৰা গাৱৰ চিচাং ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰাইমনি ফুটবল খেল প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত গাঁও অঞ্চলৰ প্ৰতিভাবান খেলুৱৈ সকলক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়।