কোকৰাঝাৰ ভাগ: ২৭ জুলাইত কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ ট্ৰফীৰ শুভ উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই
Kokrajhar Part, Kokrajhar | Jul 15, 2025
মংগলবাৰ দিনা দিনৰ ১.৩০ বজাত কোকৰাঝাৰ বড়োফা সাংস্কৃতি কেন্দ্ৰত ২৭ জুলাইত কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া ডুৰাণ্ড কাপ ফুটবল...