তেজপুৰ: শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি মিছামাৰীত এখন গুৰুত্বপূৰ্ণ আলোচ সভা অনুষ্ঠিত
শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি বুধবাৰে বিয়লি অনুমানিক ৩ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰীত এখন গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে সমাগত শাৰদীয় দূৰ্গা পুজা উদ্যাপন সমিতিৰ বিষয়ববীয়াৰ লগত SDC আৰু ADC ল উপস্থিত আজি উক্ত আলোচনা সভা অনুষ্ঠিত হয় ৷ আজিৰ আলোচনা সভাৰ আয়োজ কৰিছিল মিছামাৰী থানাৰ ভাৰপাপ্ত বিষয়াই ৷ আজিৰ উক্ত আলোচনা সভাত আগন্তুক শাৰদীয় দুৰ্গা পূজা শান্তিপূৰ্ণ ভাবে উদ্যাপন কৰিবলৈ নিয়মাৱলী সন্দৰ্ভত উক্ত আলোচনা সভা অনুষ্ঠিত হয় ৷