ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ সাপ্তাহিক বজাৰৰ সমিপৰে পৰা চুৰি হোৱা ই-ৰিস্কা মেধিচুবুৰীৰ পৰা উদ্ধাৰ
ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ সাপ্তাহিক বজাৰৰ সমিপৰে পৰা চুৰি হোৱা ই-ৰিস্কা সোমবাৰে নিশা অনুমানিক ১২ বজাত মেধিচুবুৰীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে কেহেৰুখন্দা পথাৰ গাঁৱৰ বাসিন্দা মাইনুল হক নামৰ লোকজনৰ ই-ৰিস্কা ঢেকীয়াজুলিৰ সাপ্তাহিক বজাৰৰ সমিপত ৰখাই থোৱা অৱস্থাৰ পৰা হেৰাইছিল ৷ অৱশেষত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ মেধিচুবুৰীৰ পৰা ই-ৰিস্কা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷