সোণাৰি: মালবাহী বাহনত বিপদসংকুল ভাৱে শ্ৰমিকক কঢ়িওৱাক লৈ সোণাৰিত আদিবাসী যুৱ ছাত্ৰ সন্থাৰ জিলা সভাপতিৰ প্ৰতিক্ৰিয়া
Sonari, Charaideo | Sep 8, 2025
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অতি বিপদসংকুল ভাৱে চাহ শ্ৰমিকক মালবাহী বাহনত কঢ়িওৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে...