আমগুৰি: হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগত পুৱাৰে পৰা নামতিত ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ সম্পুৰ্ণৰূপে বন্ধ
হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোকস্তৱদ্ধ ৰাজ্যবাসী।জুবিন গাৰ্গৰ মৃত্যুক কোনেও সহজে মানি লব পৰা নাই ৰাজ্যবাসীয়ে।তেখেতৰ মৃত্যুত শ্ৰদ্ধা জ্ঞাপন কৰি শনিবাৰে পুৱাৰে পৰা নামতিত ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহে বন্ধ ৰাখিছে ব্যৱসায়ী সকলে।