শিৱসাগৰ: আহোম জাতীয় গণ মঞ্চই শিৱসাগৰত জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি দাহ কৰে মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিমূৰ্তি
Sibsagar, Sivasagar | Jul 29, 2025
আহোম জাতীয় গণ মঞ্চই শিৱসাগৰত জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি দাহ কৰে মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি । শিৱসাগৰ...