বাক্সা: বাক্সা জিলাৰ মুছলপুৰৰ নিকাচিত থকা বাক্সা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত আটক কৰা হয় পাঁচজনকৈ লোকক
Baska, Baksa | Oct 18, 2025 বাক্সা জিলাৰ মুছলপুৰৰ নিকাচিত থকা বাক্সা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত আটক কৰা হয় পাঁচজনকৈ লোকক। বাক্সা আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি মুছলপুৰ আৰক্ষী থানাত ৰাখিছে। মুছলপুৰ আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে ৰাচিম আলি, চাৰুক আলি,নবৰাজ গৌতম, বিদ্যুৎ চেত্ৰী আৰু নচিবুৰ ৰহমান ৷