ধেমাজি: মেট্ৰিক পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ পৰা কিয় এটাও স্থান নাই-জোনাইত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী KMSSৰ কেন্দ্ৰীয় উপ-সভাপতিৰ
জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱে মেট্ৰিক পৰীক্ষাত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰা স্থান লাভ কৰাত কিয় বিফল হ'বলগীয়া হ'ল বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰশ্ন কৰে। আনকি চৰকাৰৰ পৃষ্ঠপোষকতাতেই বহু ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে বুলিও ক্ষোভ প্ৰকাশ কৰাৰ লগতে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনায়।