মানকাচৰ: হাটশিঙিমাৰীত বিশ্ব হেপাটাইটিছ দিৱস পালন, ৫ আগষ্টলৈ প্ৰতিখন স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মাজত চলিব হেপাটাইটিছৰ পৰীক্ষা
Mankachar, South Salmara-Mankachar | Jul 28, 2025
সোমবাৰে দিনৰ ১ বজাত হাটশিঙিমাৰীত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হেপাটাইটিছ দিৱস পালন কৰা হয় ।দক্ষিণ শালমাৰা মানকাচৰ...